Potato Rice Balls with cheese

ভাত আলু চিজ'ৰে পিটিকা ভাতৰ লাৰু
(Potato Rice Balls with cheese)

ৰন্ধন পদ্ধতিঃ

মজলীয়া জোখৰ আলু দুটা আৰু দুকাপ চাউলেৰে কুকাৰত ভাত সিজাই  'লো
আধা ইঞ্চি জোখৰ আদা ৰুকনিত ৰুকি লৈছোঁ‌,
পিয়াজ এটা মিহিকৈ কুটি লৈছোঁ‌ 
চিলিফ্লেক্স আধাচামুছ (নিদিলেও জুতি হয় বাৰু)
আধাচামুছ মিঠাতেল,
ভাত আৰু  আলুৰে এই গোটেই সামগ্ৰীখিনি  মিহিকৈ পিটিকি লৈছোঁ
এতিয়া পিটিকাখিনিৰ সৰু সৰুকৈ ' বনাই  বলটোৰ মাজত চিজ ভৰাই  তেলত গৰম তাৱাত ভাজিলোঁ‌(তেল একেবাৰে বেছিকৈ দিব নালাগে।)
জুই মধ্যমীয়াকৈ ' লাগে , যাতে দহি নাযায়।

শেষত গৰমে গৰমে বিলাহী চ’চৰ সৈতে জুতি লওঁক।


Comments

Post a Comment